30 Sep জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ
(এই লেখাটো পূৰ্বৰ দুটা লেখা (১, ২) লগ লগাই প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল ৰূপটো মোৰ 'প্ৰতিভাৰ উৎস' নামৰ কিতাপখনত সন্নিৱিষ্ট হৈছিল। এই সংক্ষিপ্ত ৰূপটো 'অসম ইয়েৰ বুক'ত সন্নিৱিষ্ট হ'ব।) জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই...