(এই লেখাটো পূৰ্বৰ দুটা লেখা (১, ২) লগ লগাই প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল ৰূপটো মোৰ 'প্ৰতিভাৰ উৎস' নামৰ কিতাপখনত সন্নিৱিষ্ট হৈছিল। এই সংক্ষিপ্ত ৰূপটো 'অসম ইয়েৰ বুক'ত সন্নিৱিষ্ট হ'ব।) জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই...

জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি” গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা...