15 Dec “জেং”, “কামোৰ” আৰু “ৰে”ৰ সপক্ষে একাষাৰ
আগতে “জেং”, “কামোৰ” আদি শব্দবোৰ ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়া প্ৰায় দুবছৰ মানৰ পৰা “কামোৰ”, “ৰে” আৰু “বে” এই শব্দ তিনিটা মাজে মাজে ব্যৱহাৰ কৰা হয়। মাথোঁ ৫০-৬০ বছৰীয়া, নিজকে অনেকদিনীয়া পুৰণি বুলি ভবা, অথচ বহু ক্ষেত্ৰত আধুনিক, কোনো কোনো বিশিষ্ট ব্যক্তিয়ে এইকেইটা শব্দ ব্যৱহাৰ কৰাসকলক...