বিজ্ঞান বুলি ক’লে, আমি প্ৰকৃতিৰ নিখুঁত সত্যৰ কথা বুজো। কিন্তু বিজ্ঞানৰ বিকাশৰ ইতিহাস কেৱল প্ৰাকৃতিক সত্যৰ দ্বাৰাই পৰিচালিত হৈ অহা নাই। বিজ্ঞানৰ বিকাশত বিভিন্ন কাৰকে প্ৰভাৱ পেলাই আহিছে। অৰ্থাৎ বিজ্ঞানৰ যি ইতিহাস, সেই ইতিহাস প্ৰকৃততে যেনেকুৱা হ’ব লাগিছিল, সি প্ৰাকৃতিকভাৱেই সম্পূৰ্ণ তেনেকুৱা হৈয়েই অহা নাই।...

যোৱা বছৰ ৱৰ্ল্ড ইক'নমিক ফ'ৰামৰ (World Economic Forum) ৱেবছাইটত গ্ৰন্থ সম্পৰ্কীয় এটা বিশেষ প্ৰতিবেদন প্ৰকাশ হৈছিল৷ International Publishers Association-এ প্ৰতি বছৰে বিভিন্ন দেশত প্ৰকাশিত গ্ৰন্থ সম্পৰ্কীয় কিছুমান তথ্য প্ৰকাশ কৰে৷ সেই প্ৰতিবেদনটো আছিল তাৰেই আলমত৷ সেই অনুসৰি, চীন আৰু আমেৰিকাত প্ৰতি বছৰে প্ৰকাশিত নতুন গ্ৰন্থৰ...

[কিতাপ আৰু আলোচনী সম্পৰ্কীয় এটা ৱেবছাইটৰ বাবে কেইবছৰমান পূৰ্বে কিছু কথা যুগুতাইছিলোঁ। তাৰে ১০৫ খন কিতাপৰ কিছু তথ্য হাততে থকা বাবে সেইখিনি ইয়াতে সংগ্ৰহ কৰি ৰাখিলোঁ]   জাগা হে ভাৰত জাগা প্ৰকাশক- আহ্বায়ক, বিবেকানন্দ কেন্দ্ৰ অসমীয়া প্ৰকাশন বিভাগ, উজান বজাৰ। অনুবাদ- হিৰণ্ময়ী দেৱী। প্ৰথম প্ৰকাশ- জুন, ২০১১। বৰঙণি- ৪০.০০ টকা। ‘জাগা হে...