04 Mar অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি
[অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা, ২০২৩ চনৰ ০১ ফেব্ৰুৱাৰীত, মূল মঞ্চত এখনি ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠিত হয়। সন্মিলনখনৰ এগৰাকী নিমন্ত্ৰিত অতিথি ৰূপে মোৰ নিৰ্ধাৰিত বিষয় আছিল: ‘অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি’। মোৰ লিখিত বক্তব্যৰ মূল কথাখিনি চমুকৈ তাত ক’লোঁ। মই প্ৰস্তুত কৰা...