অৱধাৰিত তোমাক মই ইউৰোপৰ বিখ্যাত চহৰ এখনলৈ লৈ যোৱাৰ সপোন দেখিছিলোঁ৷ কিন্তু এতিয়া? এতিয়া তুমি দেখোন এটা জকাই চুকৰে নিমাখিত বাসিন্দা! আৰু মই? মই মোৰ চুবুৰিৰে অন্তিমটো জুপুৰিৰ এটি নিমাখিত প্ৰাণী! এসময়ত, বৰষুণত তিতিবলৈ ভাল পাই, ছাতি ল'ব বিচৰা নাছিলোঁ বাবেই নেকি, এতিয়া মোৰ জুপুৰিৰ চালৰ মাজেৰে নিয়মিত...