প্ৰেয়সীৰ হাত — “ছিঃ!! কি কৰি থাকা তুমি! নিশাৰ আন্ধাৰতো তুমি যদি মোক দহজনী ছোৱালীৰ হাতৰ মাজৰ পৰা তোমাৰ হাতখন বিচাৰি উলিয়াবলৈ দিয়া, তেন্তে মই কাকো নেদেখাকৈয়ে কেৱল হাতকেইখন চুই চায়েই কৈ দিব পাৰিম— সেইখন তোমাৰ হাত। অথচ তুমি সদায় সদায় এনেকৈ ফেচবুকত কি অদৰকাৰী এপলিকেচনবোত...

“নীলম, পানী এগিলাছ দিয়া না। ইমান পিয়াহ লাগিছে! অথনিৰ পৰা মাতি আছোঁ, তুমি মতা নাই কিয়?” —অম্লানে মানুহজনীক চিঞৰি ক’লে। নীলমে কোঁচত কেঁচুৱাটো লৈ এহাতে পানী এগিলাছ ধৰি লাহে লাহে খোজ দি অম্লানৰ ওচৰ পালেহি— “ওঁহ, লোৱা। বাকী কিবা কাম কৰিবলৈ ল’লেই দেখোন নালাগে নালাগে কৰা।...