ড° ৰীতা চৌধুৰী অসমীয়া সাহিত্যৰ সাহসী লেখিকা। ‘মাকাম’ স্ৰষ্টা চৌধুৰী প্ৰকৃতাৰ্থত বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ অন্যতম। কবিতা চৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিলেও বৰ্তমান চৌধুৰী ঔপন্যাসিক হিচাপেহে পাঠকৰ মাজত পৰিচিত। ঔপন্যাসিক ৰূপে ড° ৰীতা চৌধুৰীৰ শ্ৰেষ্ঠত্ব বাস্তৱ জীৱনত ঘাত-প্ৰতিঘাত, সংঘাত নিৰ্ভৰ অভিজ্ঞতাৰ প্ৰতিফলন। অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁৰ...