ভাৰতীয় মহান প্ৰতিভা ৰামানুজনৰ বিষয়ে অলপকৈ হ’লেও নিশ্চয়কৈ সকলো পাঠকেই জানে। কিন্তু বহুতে শুনিবলৈ নোপোৱা বুলি ধাৰণা কৰা সৰু কথা এটা, অথচ তাৰ লগত জড়িত কৰিব পৰা অতি উৎসাহদায়ক কথা এটা ক’ব বিচাৰিছোঁ। ১৯২০ চনৰ ২৬ এপ্ৰিলত অকালতে ৰামানুজনে সংসাৰৰ পৰা বিদায় ল’ব লগা হৈছিল। তেওঁৰ...