"Wild Continent" বুলি পৰিচিত এণ্টাৰ্কটিকা মহাদেশত প্ৰথম খোজ পেলোৱা অসমীয়াজন হ'ল ৰাঘৱ চন্দ্ৰ ডেকা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ পিছলৈ তেওঁ ভূ-চুম্বকীয় বিজ্ঞানৰ লগত জড়িত হয়৷ ১৯৮৭ চনত ১৫ জনীয়া ভাৰতীয় বিজ্ঞানী দলৰ এজন সদস্য হিচাপে তেওঁ মহাদেশখনৰ এটা অঞ্চলত প্ৰায় ১৪ মাহ...