১► দুখন নাৱত দুভৰি নিদিয়াটোৱেই কিছুমান সমস্যাৰ শেষ সমাধান নহয়। জীৱনত আমি এনেকুৱা বহুতো সমস্যাৰ মুখামুখি হওঁ য'ত আমি একে সময়তে দুখন নাৱত দুভৰি দিবলৈ বাধ্য হওঁ। তেতিয়া নাও দুখন কিমান জোৰেৰে লগ লগাই ৰাখিব পাৰি সেইটোৱেই সমস্যাটোৰ সমাধানৰ পথ হৈ পৰে।   ২► এক কিঃমিঃ বহল নদীখন সাঁতুৰি...