(১) ৰবীন শৰ্মা! নেতৃত্ব প্ৰদানৰ দক্ষতা বৃদ্ধিত তথা নিজৰ অন্তৰ্নিহিত দক্ষতাক কাৰ্য সম্পাদনত ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা যোগাব পৰা তেওঁৰ কিতাপসমূহৰ প্ৰায় আটাইকেইখনেই এতিয়া “বেষ্ট-চেলাৰ”। কেৱল লেখক হিচাপেই নহয়, বক্তা হিচাপেও তেওঁ বিশ্বখ্যাত আৰু অত্যন্ত অনুপ্ৰেৰণাদায়ক। তেওঁৰ গ্ৰন্থ আৰু বক্তৃতাৰ জড়িয়তে নিজক উজলাই তুলিবলৈ সক্ষম হোৱা মানুহৰ...