(১) কেইবছৰমান আগতে এটা কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা তেওঁলোকৰ কিবা এটা অনুষ্ঠানত ব্যক্তিত্ব গঠন আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে আহৰণ কৰিবলগীয়া গুণসমূহৰ সম্পৰ্কত অমিতাভ মুখাৰ্জী নামৰ এজন অধ্যাপকে বক্তৃতা দিছিল। তেওঁ কৈছিল, তেওঁ নিজে ভাৰতৰ প্ৰথম দহখন শ্ৰেষ্ঠ মহাবিদ্যলয়ৰ তালিকাত সদায়ে অন্তৰ্ভুক্ত...

“What do you care what other people think?” কোনো কোনো মানুহে পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট ব্যক্তি বুলি অভিহিত কৰা, বা আমি নিজেও তেওঁৰ সম্পৰ্কে পঢ়ি থাকিলে প্ৰায় তেনেকুৱাই অনুভৱ কৰা প্ৰখ্যাত বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ এইখন এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ সম্পৰ্কে শুনা প্ৰায়ভাগ মানুহৰে মনলৈ হয়তো...