(১) সাময়িক বিফলতা আৰু সফলতা বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়াই থকা অৱস্থাত এটি প্ৰসংগত হঠাতে এদিন ছাৰ এজনে কৈছিল— “মই জীৱনৰ প্ৰথম সাক্ষাৎকাৰটোতেই চাকৰি পাইছিলোঁ, আৰু সেইদিনা মোৰ লগত যি হাৰিছিল তেওঁ আজি মোতকৈ বহুদূৰ আগুৱাই গ’ল; মোৰ জীৱনৰ আচল কৌতুকটো হ’ল— মই যদি সেইদিনা হাৰিলোঁহেতেন মই আৰু...