“It’s not the mountain we conquer, but ourselves.” গভীৰ সত্যৰ অন্বেষণ বা দুঃসাহসিক অভিযানৰ কাহিনীবোৰে কেৱল সেই নিৰ্দিষ্ট ক্ষেত্ৰসমূহত জড়িত হোৱা উত্তৰ-প্ৰজন্মৰ অন্বেষণকাৰী বা অভিযানকাৰীসকলকে যে অনুপ্ৰাণিত কৰে তেনে নহয়, আন যিকোনো ক্ষেত্ৰতে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব বিচৰা প্ৰতিজন মানুহকে অনুপ্ৰাণিত কৰে। সাগৰ-পৃষ্ঠৰ পৰা প্ৰায় ২৯,০২৯...