[caption id="attachment_1195" align="alignleft" width="315"] ফটো উৎস[/caption] মানুহে প্ৰকৃতিৰ সৈতে কৰিবলগা হোৱা যুদ্ধবোৰ, খাদ্য আহৰণৰ বাবে কৰিবলগা হোৱা কষ্টবোৰ আৰু সন্তানৰ নিৰাপত্তাৰ বাবে কৰিবলগা হোৱা কামবোৰে এসময়ত যেনেকৈ সভ্যতা বা সমাজৰ বিকাশ সাধনত প্ৰধান কাৰক হিচাপে কাম কৰিছিল, ঠিক তেনেকৈ আধুনিক সময়ত ভুক্তভোগীয়ে নিজেই নিজৰ মত ব্যক্ত...