জাহ্নৱী : অসমীয়া ৱৰ্ড প্ৰচেছৰ লেখক— জাহ্নৱী কৰ্মদল। সময়ৰ লগে লগে লিখিত ভাষা প্ৰকাশৰ মাধ্যমো সলনি হৈ আহিছে। শিলালিপি, তাম্ৰলিপি, সাঁচিপাত, কাগজ আদি বহু যুগ যুগ ধৰি ভাষা প্ৰকাশৰ মাধ্যম হৈ অহাৰ পাছত আহিল আন এক মাধ্যম— কম্পিউটাৰ তথা ইলেকট্ৰনিক মাধ্যম। কম্পিউটাৰ বিজ্ঞানীসকলে ইলেকট্ৰনিক মাধ্যমত আখৰ দেখাৰ...