“আপুনি জানিছিলনে যে পৃথিৱীৰ অন্য যিকোনো চহৰৰ তুলনাত পেৰিছতে সকলোতকৈ অধিক সংখ্যক গণিতজ্ঞ আছে? আৰু গণিতজ্ঞৰ নামেৰে বিশ্বৰ আন যিকোনো চহৰতকৈ অধিক সংখ্যক পথো আছে বুলি? আৰু যদি আপুনি ফিল্ডছ মেডেলৰ পৰিসংখ্যালৈ চায়— যিটোক প্ৰায়ে গণিতৰ ন’বেল বঁটা বুলিও কোৱা হয় আৰু সদায় চল্লিছ বছৰতকৈ...

এটা সৰু উদাহৰণ আছে— যদি এদিন হঠাতে আপুনি এটা ষ্ট’ভ স্পৰ্শ কৰাত আপোনাৰ হাতখন পোৰে, তেন্তে পিছত ষ্ট’ভটোৰ ওচৰলৈ গ’লে আপুনি বিবেচনা কৰিব যে সেইটো চোৱা উচিত নে অনুচিত। আপোনাৰ দৰে সেই কামটো এটা যন্ত্ৰই কৰিব নোৱাৰে (বা নোৱাৰিছিল)। এই যে প্ৰথমবাৰ হাতখন পোৰাৰ যিটো...

চাৰজিঅ’ কেনেভেৰো (Sergio Canavero) নামৰ ইটালীয় স্নায়ুশল্যচিকিৎসক এজনৰ নেতৃত্বত এটি চিকিৎসকগোটে এই বছৰৰ শেষৰ পিনে মানৱ মূৰ প্ৰত্যাৰোপণ কৰাৰ (transplant) পৰিকল্পনা কৰিছে। এজন মানুহৰ মূৰটো ডিঙিৰ পৰা স্থানান্তৰিত কৰি আন এজন মানুহৰ ডিঙিত লগোৱাৰ পৰিকল্পনাটোৱে বিবিধ দিশৰ পৰা বিতৰ্ক সূচনা কৰিছে এই বুলি যে এই...

মানৱৰ আদিম প্ৰজাতিৰ এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি কংকালটোৰ নাম হ’ল লুচি। ৩২ লাখ বছৰ পূৰ্বৰ এই কংকালটোৰ প্ৰায় ৪০ শতাংশ পোৱা গৈছিল। আফ্ৰিকাৰ ইথিওপিয়াৰ খুৱ ভিতৰুৱা এটি অঞ্চলত ১৯৭৪ চনৰ ২৪ নবেম্বৰত আৱিষ্কৃত এই স্ত্ৰী কংকালটোৱে আজিৰ মানুহৰ অন্বেষণ-ভাৱনা-কল্পনাত প্ৰৱল প্ৰভাৱ পেলাই আহিছে। দুবাৰ বুকাৰ...

২০১১ চনত, ডেনিছ ৰিৎছীৰ মৃত্যুত প্ৰকাশ কৰা এক প্ৰতিক্ৰিয়াত কম্পিউটাৰ-বিজ্ঞানৰ এজন বিখ্যাত ইতিহাস-লেখকে কৈছিল— “ৰিৎছী অলক্ষিতে থাকি গৈছিল। তেওঁৰ নামটো সৰ্বসাধাৰণৰ মুখে মুখে সমুলি নাছিল। কিন্তু...

পৃথিৱীৰ উত্তৰ মেৰু উত্তৰ মহাসাগৰ(Arctic Ocean)ৰ মাজভাগত অৱস্থিত, য’ত সাগৰ-পৃষ্ঠ দুই-তিনি মিটাৰ ডাঠ বৰফে আবৰি থাকে। সেই স্থানত সাগৰৰ গভীৰতা চাৰি কিলোমিটাৰৰ অধিক। মানুহে তাত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল কুৰি শতিকাৰ প্ৰথমভাগত। ১৯৮৫ চনৰ ৬ এপ্ৰিলত নীল আৰ্মষ্ট্ৰং, এডমাণ্ড হিলাৰী, ষ্টিভ ফছেট, পাট্ৰিক মৰো,...