ষ্টিফেন হকিঙক কেৱল এজন বিজ্ঞানী বুলি ক'লে ভুল কৰা হ'ব৷ তেওঁ আছিল এজন বিজ্ঞানী আৰু এজন বিজ্ঞান লেখক, যি বিজ্ঞান জনপ্ৰিয়কৰণত বিৰল অৰিহণা যোগালে৷ তাৰোপৰি মানুহৰ জীৱনবোধ, পৰিৱেশতন্ত্ৰ, সামাজিক তথা ৰাজনৈতিক বিষয়ত দিগদৰ্শনকাৰী বক্তব্যও তেওঁ আগবঢ়াইছিল। যদি মোৰ ভুল হোৱা নাই তেন্তে ক'ব পাৰি -...

বিশ্ববিখ্যাত চহৰ লছ এঞ্জেলছৰ ৰেস্তোৰাবোৰত যিসকল লগুৱা বা ৰান্ধনী থাকে, তেওঁলোক হেনো চহৰখনলৈ প্ৰথমে যায় অভিনয় কৰি বিশ্ববিখ্যাত হ'বৰ বাবে৷ আৰু চলচিত্ৰ নিৰ্মাণৰ এটি বিখ্যাত প্ৰাণকেন্দ্ৰ সেই চহৰত একো কৰিব নোৱাৰি অৱশেষত জীৱিকাৰ বাবে হোটেলত খাদ্য বিলোৱাৰ কাম ল'ব লগা হয়৷ এয়া এটা অত্যুক্তি হ'ব...

টাইটেনিক (Titanic), ব্লাড ডায়েমণ্ড (Blood Diamond), দা এভিয়েটৰ (The Aviator), ইনচেপছন (Inception) আদি বহু-সমাদিত ছবিৰ মুখ্য অভিনেতা; দা ৰেভেনেণ্ট (The Revenant) নামৰ ছবিখনৰ বাবে ২০১৫ চনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বিজয়ী লিঅ’নাৰ্ডো ডি-কেপ্ৰিঅ’ই যোৱা মে’ মাহত তেওঁৰ ফেইচবুক পে’জটোত যাদৱ পায়েঙৰ কৰ্ম তথা জীৱন-কাহিনী সম্পৰ্কীয় এখনি...

প্ৰায় ৫০-৭০ বছৰৰ পূৰ্বৰ পুৰণা-আৰ্হিৰ এটা অতি সাধাৰণ ধৰণৰ ইঞ্জিনৰ উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰি জেমছ ৱাট নামৰ অভিযন্তাজনে এটা সম্পূৰ্ণ নতুন ভাপ-ইঞ্জিন গঢ়ি তুলিছিল। সেইদিনা তেওঁ নিজেও অনুমান কৰিব পৰা নাছিল যে এই এটা ইঞ্জিনে গোটেই ইংলেণ্ডতে প্ৰায় শতিকাজোৰা “শিল্প বিপ্লৱ”ৰ সূচনা কৰিব আৰু...

মোৰ কাষৰ ছীটটোত এজন অৰুণাচলী যুৱক৷ অলপ উগ্ৰ, কিন্তু ভদ্ৰ যেন লাগিল৷ এষাৰ-দুষাৰ কথা পাতি মই লগে লগেই টোপনি গ'লোঁ; দিনটোৰ ভাগৰ, ভন্তীৰ লগত বহুত ঘূৰিলোঁ৷ নিশা সকলোৱে ভাত খাবলৈ গাড়ীখন ৰখাওতে সাৰ পালোঁ৷ বাছখন পুনৰ চলাৰ পিছত গম পালোঁ যে মোৰ আৰু টোপনি নধৰে৷ সেয়েহে...

কোনেনো ভাবিছিল প্ৰকাণ্ড পৃথিৱীখন অহৰহ টাকুৰী ঘূৰাদি ঘূৰি থাকে বুলি? কোনেনো ভাবিছিল পৃথিৱীখন সূৰ্য্যৰ চাৰিওপিনেও অহৰহ ঘূৰি থাকি বুলি? যিটো বেগ ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰ!! কেৱল সিমানেই নহয়। কোনেনো ভাবিছিল স্বয়ং সূৰ্য্যটোও একে স্থানতে ৰৈ থকা নাই, সিয়ো গোটেই সৌৰজগতৰ গ্ৰহ-উপগ্ৰহসমূহ লগতে লৈ এটা বেগেৰে...